My New Blog Address: blog.prankrishnaborgohain.com
মই কোন এই কথাটো বৰ বেছি গুৰুত্বপূৰ্ণ নহয় ।অৱশ্যে মই কেনেকুৱা সেইটো মোক ওচৰৰ পৰা পোৱা মানুহে কিছু কব পাৰিব।পাৰিব। পিছে কোনোবাই যদি মোক সোধে যে তুমি নিজৰ পৰিচয় কি বুলি দিবা, সদ্যহতে মই নিজকে পদাৰ্থ বিজ্ঞানৰ ছাত্ৰ হিচাপে চিনাকি দিম।
এই
ব্লগটোত এতিয়ালৈকে পোৱা অভিজ্ঞতা সন্নিবিষ্ট কৰা হৈছে লগতে কেতিয়াবা কৰবাত
প্ৰকাশ পোৱা লেখা। অৱশ্যে কিছুমান কথা হয়তু তলৰ কৌতুকটোৰ দৰেও হব পাৰে -
After English examination
"How was the paper?"
"It was easy but question 5 confused
me"
"What was the question?"
"Question 5 wanted the past tense of
think. I thought thought & thought and end up with writing thinked"
কিমধিকমিতি!
Thanks For Visiting This Blog!
Prankrishna Borgohain